Subscribe
URL of the page has been copied to clipboard.
Meaning : ভতৰা গৰু
Example : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
Synonyms : বৃষভ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
Meaning : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
Example : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
Synonyms : বৃষ ৰাশি, বৃষৰাশি
Install App