Meaning : বৃদ্ধ হোৱা অৱস্থা
Example :
সংযমী জীৱন অতিবাহিত কৰা কাৰণে বৃদ্ধাৱস্থাটো তেওঁক যুৱকৰ দৰে দেখি
Meaning : যি সময়ত কোনো লোক বৃদ্ধ হয়
Example :
তেখেতৰ বৃদ্ধাৱস্থা বৰ কষ্টেৰে পাৰ হৈছে
Synonyms : বুঢ়াকাল