Meaning : বুলগেৰিয়াৰ অধিবাসী
Example :
চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
Meaning : বুলগেৰিয়াৰ লোকৰ ভাষা
Example :
সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
Synonyms : বুলগেৰিয়া ভাষা
Meaning : বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা
Example :
তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে