Meaning : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
Example :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
Synonyms : কোৱা
Meaning : কোনো কথা আদি জানি লোৱা
Example :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
Meaning : বোধ বা জ্ঞান উদয় হোৱা
Example :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
Meaning : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
Example :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে