Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাষাৰ জ্ঞান থকা
Example : মই তামিল নুবুজোঁ
Synonyms : বুজা
Meaning : ধ্যান বা বোধলৈ অহা
Example : এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
Meaning : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
Example : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
Synonyms : জনা
Meaning : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
Example : মই তেওঁক বুজিব পৰা নাই
Synonyms : জনা, বুজা
Install App