Subscribe
URL of the page has been copied to clipboard.
Meaning : জনাৰ কার্য
Example : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন
Synonyms : জনা, বোধগম্যতা
Meaning : ভাষাৰ জ্ঞান থকা
Example : মই তামিল নুবুজোঁ
Synonyms : বুজি পোৱা
Meaning : কিহবাৰ প্রতি ধাৰণা হোৱা
Example : মই তেওঁক বহুত ্ভালদৰে বুজিছিলোঁ
Meaning : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
Example : মই তেওঁক বুজিব পৰা নাই
Synonyms : জনা, বুজি পোৱা
Install App