Subscribe
URL of the page has been copied to clipboard.
Meaning : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
Example : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
Synonyms : উপদেশ, জ্ঞান, শিকনি, শিক্ষা
Meaning : দুখী লোকক ধৈর্য ধৰিবলৈ কোৱা বা দিয়া কার্য
Example : ঘৰত চোৰ হোৱাৰ পিছত খবৰ লʼবলৈ অহাসকলে মহাজনক সান্ত্ব্্না দি আছিল
Synonyms : প্রবোধ, বুজনি-সুজনি, বুজনি-সুতনি, সান্ত্ব্্না, সুতনি, ্চেঁচনি, ্চেঁচনি-বুজনি
Install App