Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিৰোধী from অসমীয়া dictionary with examples, synonyms and antonyms.

বিৰোধী   বিশেষ্য

Meaning : বিৰোধ কৰোতা ব্যক্তি

Example : বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব

Synonyms : বিৰোধক

Meaning : যিজন বিপক্ষত থাকে

Example : বিৰোধীপক্ষই সংসদত হুলস্থূল লগাই দিলে

Synonyms : প্রতিপক্ষ, বিপক্ষ

বিৰোধী   বিশেষণ

Meaning : যি বিৰোধত আছে

Example : এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে

Meaning : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা

Example : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু

Synonyms : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিপৰীত, সম্পূর্ণ বিপৰীত

Meaning : বিৰোধ কৰোতা

Example : বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?