Subscribe
URL of the page has been copied to clipboard.
Meaning : শত্রুৰ ভাব বা কার্য
Example : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
Synonyms : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিদ্বেষ, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
Meaning : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
Example : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
Synonyms : প্রতিৰোধ, বিৰোধ, বিৰোধাচৰণ
Install App