Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
Example : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
Synonyms : খণ্ডন, প্রতিবাদ
Meaning : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
Example : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
Synonyms : আপত্তি
Meaning : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
Example : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
Synonyms : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা
Install App