Subscribe
URL of the page has been copied to clipboard.
Meaning : স্থিৰ বা নিশ্চল হোৱা অৱস্থা
Example : ধনৰ অভাৱত এই কামটো থমকি ৰʼল
Synonyms : থমক, ৰৈ যোৱা-
Meaning : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
Example : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
Synonyms : অৱকাশ, অৱসৰ, ছুটী, বিৰতি
Install App