Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
Example : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
Synonyms : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি
Meaning : সাংসাৰিক সুখ ভোগেৰে মন পূর্ণ ্হোৱাৰ কাৰণে তাৰ প্রতি আসক্তি নোহোৱা অৱস্থা বা ভাব
Example : তেওঁৰ ্ জগত-সংসাৰৰ পৰা বিৰাগ জন্মিছে মন বৈৰাগী হৈ পৰিছে
Synonyms : বৈৰাগ, বৈৰাগ্য
Meaning : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
Example : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
Synonyms : অনাসক্তি, আসক্তিহীনতা, বিৰক্তি
Meaning : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
Example : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
Synonyms : বিমুখ, বিৰক্ত, বৈৰাগী, সন্যাসী
Install App