Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিৰক্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

বিৰক্তি   বিশেষ্য

Meaning : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

Example : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

Synonyms : অসন্তুষ্টতা, আমনি, তিক্ততা

Meaning : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

Example : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

Synonyms : আমনি

Meaning : আমনি লগা পৰিস্থিতি

Example : দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ

Meaning : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

Example : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

Synonyms : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰাগ

Meaning : বিৰক্তিৰ অৱস্থা বা ভাৱ

Example : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

Synonyms : আমনি

Meaning : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

Example : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

Synonyms : অনাসক্তি, আসক্তিহীনতা, বিৰাগ