Meaning : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
Example :
মায়ে আজিকালি বৰ আমনি কৰে
Synonyms : আমনি কৰা
Meaning : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
Example :
প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
Synonyms : উদাসীন কৰা
Meaning : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
Example :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
Synonyms : আমনি কৰা