Subscribe
URL of the page has been copied to clipboard.
Meaning : আমনি লগা কার্য ্বা ভাব
Example : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
Meaning : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
Example : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
Synonyms : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
Meaning : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
Example : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
Synonyms : অন্যমনস্ক, উদাস, ম্লান
Install App