Meaning : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
Example :
উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
Synonyms : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
Meaning : ভাবত বিভোৰ হৈ থকা
Example :
সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
Synonyms : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
Meaning : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
Example :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
Synonyms : অশান্তি, মানসিক চাপ