Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিহ্বলতা from অসমীয়া dictionary with examples, synonyms and antonyms.

বিহ্বলতা   বিশেষ্য

Meaning : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

Example : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

Synonyms : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা

Meaning : ভাবত বিভোৰ হৈ থকা

Example : সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে

Synonyms : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা

Meaning : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

Example : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

Synonyms : অশান্তি, মানসিক চাপ