Meaning : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
Example :
ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
Synonyms : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
Meaning : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
Example :
গাঁওলৈকে বানপানী বিস্তৃত হʼল
Synonyms : প্রসাৰতি হোৱা