Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিস্তৃত from অসমীয়া dictionary with examples, synonyms and antonyms.

বিস্তৃত   বিশেষণ

Meaning : যিটো ঠেক বা সৰু নহয়

Example : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়

Synonyms : আহল-বহল

Meaning : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে

Example : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে

Synonyms : বহুল, ব্যাপক

Meaning : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত

Example : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক

Synonyms : বহল, বিশদ

Meaning : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল

Example : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো

Synonyms : বিশদ