Subscribe
URL of the page has been copied to clipboard.
Meaning : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
Example : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
Synonyms : কামী, কামুক, ভোগী, লম্পট
Meaning : যাৰ কামবাসনা বহুত
Example : তেওঁ এজন ্কামুক ব্যক্তি
Synonyms : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
Meaning : বিষয় আদিৰ ভোগ কৰোঁতা
Example : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
Synonyms : বিষয়াসক্ত, ভোগী
Install App