Meaning : আঘাত আদি লাগিলে অসুবিধা পোৱা কার্য
Example :
শিলত খুন্দা খোৱাৰ লগে লগে মোৰ মূৰ বিষাবলে ধৰিলে
Synonyms : দুখ পোৱা, পীড়া হোৱা
Meaning : অত্যধিক পীড়া হোৱা
Example :
আজি ৰাতিপুৱাৰ পৰা মোৰ মূৰটো বিষাইছে