Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত বিষ আছে
Example : বিষাক্ত পতংগই কামোৰাৰ কাৰণে খেতিয়কজনৰ মৃত্যু হʼল
Synonyms : বিষধৰ
Meaning : যি বিষেৰে ভৰি আছে
Example : বিষাক্ত ভোজন কৰি চাৰিজন লোক মৃত্যু মুখত পৰিল
Synonyms : বিষদুষ্ট, বিষময়
Meaning : যাৰ প্রভাৱ বিষৰ দৰে হয়
Example : তেওঁৰ মৃত্যু সময় পাৰ হোৱা বিষাক্ত ঔষধ খায় হʼল
Synonyms : বিষময়
Install App