Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিশ্বাস from অসমীয়া dictionary with examples, synonyms and antonyms.

বিশ্বাস   বিশেষ্য

Meaning : চিত্ত বা মনৰ সদবৃত্তি বা ভাল স্বভাৱ

Example : আজিকালি পৃথিৱীত বিশ্বাসৰ কোনো মূল্য নাই

Meaning : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা

Example : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব

Synonyms : আস্থা, প্রতীতি, প্রত্যয়, ভৰসা, সঁ্জাত, সঞ্জাত

Meaning : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব

Example : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে

Synonyms : আস্থা, প্রতীতি, প্রত্যয়, ভৰসা, সঁ্জাত, সঞ্জাত