Meaning : থালী বা পাতত আহাৰ দিয়া কার্য
Example :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
Synonyms : পৰিৱেশন কৰা, বঢ়া
Meaning : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
Example :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
Synonyms : পৰিৱেশন কৰা