Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
Example : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
Synonyms : বিৰক্ত, বিৰাগ, বৈৰাগী, সন্যাসী
Install App