Meaning : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
Example :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
Synonyms : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, ভূষিত, সজ্জিত
Meaning : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
Example :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
Synonyms : অলংকৃত