Meaning : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ
Example :
তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে
Synonyms : কার্যবিভাগ
Meaning : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র
Example :
আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?
Synonyms : মহকুমা