Meaning : যিজন পুৰুষৰ বিবাহ হৈ গৈছে
Example :
বিবাহিতসকলৰ মাজত তুমি অবিবাহিতজন কʼৰ পৰা আহিলা
Synonyms : বিবাহিত পুৰুষ
Meaning : যাৰ বিয়া হৈ গৈছে
Example :
মোহন এজন বিবাহিত লোক
Meaning : বিবাহ সম্বন্ধী বা বিবাহৰ
Example :
তেওঁ নিজৰ বিবাহিত জীৱনত বহুত সুখী