Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ বিবাহ সম্পন্ন হোৱা সামাজিক সমাৰোহ
Example : মই এখন বিয়ালৈ যাব লাগে বিয়া-বাৰুলেতো যাবই লাগে
Synonyms : বিয়া, বিয়া-বাৰু
Meaning : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া
Example : সোহনৰ বিয়া ৰাধাৰ লগত হʼল
Synonyms : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিয়া, বিৱাহ, শুভপৰিণয়, শুভবিবাহ
Install App