Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিবাদ from অসমীয়া dictionary with examples, synonyms and antonyms.

বিবাদ   বিশেষ্য

Meaning : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

Example : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

Synonyms : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

Meaning : দুই বা ততোধিক বিৰোধী পক্ষ থকা আৰু যাৰ সত্যতাৰ প্রমাণ হʼবলৈ আছে তেনেধৰণৰ কথা বা বিষয়

Example : ৰাম আৰু শ্যামৰ মাজত চলি থকা ভূমিৰ বিবাদৰ এতিয়ালৈকে কোনো সিদ্ধান্ত নহʼল