Subscribe
URL of the page has been copied to clipboard.
Meaning : ধ্বংস কৰা ব্যক্তি
Example : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
Synonyms : ধ্বংসকাৰী, নাশী, বিনাশক, সংহাৰক
Meaning : যিটো নষ্ট হৈ যায়
Example : এই দেহা নশ্বৰ
Synonyms : অনিত্য, অশাশ্বত, ক্ষয়শীল, নশ্বৰ, ভঙ্গুৰ
Meaning : যি নাশ কৰে
Example : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
Synonyms : নাশক, বিনাশক
Meaning : যি নাশ বা ধ্বংসৰ যোগ্য
Example : বিনাশশীল বস্তুক যিমানেই সাৱধানে নৰখা কিয়, এদিন সি নাশ হʼবই
Synonyms : ধ্বংসনীয়, নাশশীল, বিনাশশীল
Install App