Subscribe
URL of the page has been copied to clipboard.
Meaning : ধ্বংস কৰা ব্যক্তি
Example : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
Synonyms : ধ্বংসকাৰী, নাশী, বিনাশী, সংহাৰক
Meaning : যি বস্তুৱে ধ্বংস কৰে
Example : বাৰুদ এক বিনাশক
Synonyms : ধ্বংসক
Meaning : যি কাৰোবাক হত্যা কৰিছে
Example : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
Synonyms : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
Meaning : যি নাশ কৰে
Example : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
Synonyms : নাশক, বিনাশী
Install App