Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিদ্যালয় from অসমীয়া dictionary with examples, synonyms and antonyms.

বিদ্যালয়   বিশেষ্য

Meaning : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি

Example : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে

Synonyms : স্কুল

Meaning : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত

Example : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল

Synonyms : পঢ়াশালী, স্কুল

Meaning : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়

Example : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়

Synonyms : স্কুল

Meaning : এক শৈক্ষিক সংস্থা বা শিক্ষা প্রদান কৰোঁতা সংস্থা

Example : এই বিদ্যালয় চাৰি বছৰ আগতে স্থাপন হৈছিল

Synonyms : শিক্ষানুস্থান

Meaning : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়

Example : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়

Synonyms : পাঠশালা, স্কুল

Meaning : যি ঠাইত বিদ্যা প্রদান কৰা হয়

Example : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে

Synonyms : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, স্কুল