Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিতৰক from অসমীয়া dictionary with examples, synonyms and antonyms.

বিতৰক   বিশেষ্য

Meaning : যিয়ে কাৰোবাৰ অভিক্্র্তাৰ ৰূপত তেওঁৰ ্দ্বাৰা প্রস্তুত কৰা কোনো বস্তু গ্রাহকক বা খুচুৰা বেপাৰী আদিক দিয়ে

Example : কাপোৰ মিলৰ মালিকক বিতৰকৰ আৱশ্যক হৈছে

Meaning : বিতৰণ কৰা বা ভগাই দিয়া ব্যক্তি

Example : চৰকাৰী দোকানৰ বিতৰকে চেনি কমকৈ জুখি আছিল