Subscribe
URL of the page has been copied to clipboard.
Meaning : ডাল, পাত, শিপা আদি থকা উদ্ভিদ
Example : আমাৰ পৰিবেশ সুস্থিৰ ৰখাত গছৰ ভূমিকা অপৰিসীম বোধিবৃক্ষৰ তলত বুদ্ধদেৱে সিদ্ধি লাভকৰিছিল
Synonyms : গছ, গছ-বিৰিখ, তৰু, বিৰিখ, বৃক্ষ
Install App