Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে বিজয় লাভ কৰিছে
Example : জনসাধাৰণে বিজয়ীজনক নিজৰ কান্ধৰ ওপৰত উঠাই লʼলে
Synonyms : অভিজিত, বিজয়ী
Meaning : যি জিকিব পাৰে বা জিকাৰ যোগ্য
Example : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
Synonyms : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজয়ী, সফল
Meaning : পৰাজিত কৰোতা
Example : বিজেতা ৰজাই পৰাজিত ৰজাক বন্দী কৰিছিল
Install App