Subscribe
URL of the page has been copied to clipboard.
Meaning : ডাৱৰৰ সঘন অহা-যোৱা কৰাৰ ফলত সঞ্চাৰিত হোৱা বিদ্যুৎশক্তিৰ ফলত আকাশত অলপ সময়ৰ কাৰণে দেখা দিয়া পোহৰ
Example : আকাশত ৰৈ ৰৈ বিজুলী চমকিছিল
Meaning : কোনো বিশেষ কামৰ জৰিয়তে উৎপন্ন কৰিব পৰা এক শক্তি যাৰ দ্বাৰা বস্তুৰ মাজত আকর্ষণ আৰু বি্কর্ষণ ্তথা তাপ আৰু পোহৰ উৎপন্ন কৰে
Example : পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি
Synonyms : বিদ্যুত, বিদ্যুৎ
Install App