Subscribe
URL of the page has been copied to clipboard.
Meaning : জ্ঞান আৰু বুদ্ধি
Example : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
Synonyms : চেতনা, সংজ্ঞা
Meaning : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
Example : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
Synonyms : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
Install App