Subscribe
URL of the page has been copied to clipboard.
Meaning : দেখিবলৈ বেয়া চেহেৰাৰ:কাহিনীৰ আৰম্ভণিতেই ডাইনীজনীয়ে মন্ত্রেৰে ৰাজকুমাৰক আপচু কৰি তুলিলে
Example :
Synonyms : আগঢ়ী, আপচু, আভঁ্জা, কু-ৰূপ, কুবৃত, কুশ্রী, বিশ্রী
Meaning : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
Example : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
Synonyms : বিকাৰগ্রস্ত, বিজুতি ঘটা, বেয়া
Install App