Subscribe
URL of the page has been copied to clipboard.
Meaning : যি উচ্চ বা যি বহুত সংস্কৃত
Example : আমেৰিকা এখন উন্নত ৰাষ্ট্র
Synonyms : অভ্যুত্থিত, অভ্যুদিত, উন্নত, প্রোন্নত, সমুন্নত, সুবিকশিত
Meaning : ফুলি উঠা
Example : সূর্য উদয় ্ হোৱাৰ লগে লগে সূৰুযমুখী ফুলবোৰ ফুলিল
Synonyms : কুসুমিত, পুষ্পিত, ফুলন্ত, ফুলা-
Meaning : অংকুৰৰ ৰূপত ওলোৱা
Example : তেওঁ পুৱাই-পুৱাই গাজী বুট খাই আছে
Synonyms : অংকুৰিত, উদ্ভিন্ন, গাজী
Install App