Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
Example : ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
Synonyms : বিকলাংগ
Meaning : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
Example : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
Synonyms : অংগহীন, অঙ্গহীন, বিকলাংগ
Meaning : যাৰ হাত বা ভৰিত বিকৃতি আছে
Example : এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
Install App