Subscribe
URL of the page has been copied to clipboard.
Meaning : আগদিনাই বা বহু সময়ৰ আগতেই ৰন্ধা
Example : বাহি হোৱা আহাৰ খালে শৰীৰৰ অপকাৰ হʼব পাৰে
Synonyms : পর্যুষিত, বাহি
Meaning : যি নিজৰ ওপৰত বা নিজৰ মাজত কোনো বস্তু ৰাখি বা কঢ়িয়াই কʼৰবালৈ লৈ যায়
Example : ৰক্ত বাহী নলিকাৰে হৃদযন্ত্রলৈ তেজ চলাচল কৰে
Synonyms : বাহিকা
Install App