Subscribe
URL of the page has been copied to clipboard.
Meaning : পাব পৰা সীমাৰ বাহিৰত
Example : এইটো মোৰ বোধগম্যতাৰ বাহিৰত
Meaning : অধিকাৰ, প্রভাৱ আদিৰ পৰা আঁতৰত
Example : এই কামটো মোৰ সীমাৰ বাহিৰত
Meaning : কোনো বস্তুৰ বা ঘৰৰ সীমাৰ পৰা আঁতৰত
Example : বʼলক বাহিৰলৈ যাওঁ ্ মোৰ ঘৰ এই গাঁওখনৰ বাহিৰত
Synonyms : বাজত, বাজলৈ, বাহিৰলৈ
Install App