Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঠাইত কোনোৱে বাস কৰে
Example : চাফ-চিকুণ আৰু বায়ু চলাচল কৰা আবাস স্বাস্থ্যৰ কাৰণে লাভদায়ক
Synonyms : আবাস, আৱাস, নিবাস
Meaning : যি ঠাই বা ক্ষেত্রত কোনো প্রাণীয়ে বসবাস কৰে
Example : বাঘৰ বসতিস্থল জংঘল অনুগ্রহ কৰি নিজৰ বাসস্থানৰ বিষয়ে কওক
Synonyms : আৱাস, নিৱাস, বসতিস্থল, বাস স্থান, মোকাম
Install App