Subscribe
URL of the page has been copied to clipboard.
Meaning : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
Example : বালীক ভগৱান ৰামে মাৰিছিল
Meaning : ইণ্ডোনেছিয়াৰ এটা দ্বীপ
Example : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু
Synonyms : বালী দ্বীপ
Meaning : বালী দ্বীপৰ লোকৰ ভাষা
Example : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে
Synonyms : বালী ভাষা
Meaning : যি লিপিত বালী ভাষা লিখা হয়
Example : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
Synonyms : বালী লিপি
Install App