Meaning : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
Example :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
Synonyms : কেঁচুৱাশিশু, পেন্দুকণা, বাচ্চা
Meaning : যি ব্যক্তিৰ কোনো বিশেষ ক্ষেত্রত জ্ঞান, অনুভৱ আদিৰ অভাৱ হয়
Example :
বিজ্ঞানৰ ক্ষেত্রত এতিয়া আপুনি বালক