Meaning : বার্মা দেশৰ মূল অধিবাসী
Example :
পোর্টব্লেয়াৰত অৱস্থিত বৌদ্ধ মন্দিৰে আজিও বার্মিজসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে
Synonyms : বার্মাবাসী
Meaning : যি লিপিত বার্মিজ ভাষা লিখা হয়
Example :
এই বৌদ্ধ স্তুপটোৰ ওপৰত বার্মিজত কিবা লিখা আছে
Synonyms : বার্মিজ লিপি