Subscribe
URL of the page has been copied to clipboard.
Meaning : কম উচ্চতাৰ বা চুটি-চাপৰ মানুহ
Example : চার্কাচত বাওনাৰ খেল দেখি লʼৰা-ছোৱালীবোৰ আনন্দত মতলীয়া হৈ পৰিল
Synonyms : কটিয়া, বাওনা
Meaning : সৰু আকাৰ বা অবয়ৱযুক্ত
Example : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
Synonyms : বাওনা, সৰু
Install App