Subscribe
URL of the page has been copied to clipboard.
Meaning : পিতৃক কৰা সম্বোধন
Example : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
Synonyms : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতা, পিতাই, পিতাদেউ, ববাই, বাপ, বোপাই
Meaning : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
Example : মোৰ দেউতা এজন অধ্যাপক
Synonyms : আব্বা, আব্বাজান, জনক, দেউতা, পিতা, পিতাই, পিতৃ
Install App