Subscribe
URL of the page has been copied to clipboard.
Meaning : উপায়হীন হোৱা অৱস্থা
Example : কেতিয়াবা কেতিয়াবা বাধ্য হৈ মানুহে ভুল কাম কৰি পেলায়
Meaning : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
Example : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
Synonyms : অধীন, পৰবশ, বশীভূত
Meaning : যিটো ফাটি গৈছে
Example : দাৰিদ্রতাই ৰীতাক ফটা কাপোৰ পিন্ধিবলৈ বাধ্য কৰিলে
Synonyms : মজবুৰ
Install App