Meaning : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা
Example :
শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে
Meaning : বাধা প্ৰদান কৰা কাৰ্য
Example :
ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
Synonyms : হকা-বধা কৰা, হাক দিয়া
Meaning : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা
Example :
মাধৱে সকলো কামতে গোলমাল লগায়
Synonyms : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা